গাহৰিৰ মাংসক লৈ আজমলৰ সাম্প্ৰদায়িক ৰাজনীতি
2019-04-16 1 Dailymotion
বিজেপি ক্ষমতালৈ আহিলে খাব লাগিব গাহৰীৰ মঙহ। নিঃচিহ্ন হ’ব ইমান, আজান, কোৰান ঈদ আৰু মছজিদ। <br />কৰিমগঞ্জৰ নিৰ্বাচনী সভাত এনে সাম্প্ৰদায়িক মন্তব্যৰে ৰাইজৰ তেজ গৰম কৰাৰ চেষ্টা হুজুৰ বদৰুদ্দিন আজমলৰ।