Surprise Me!

‘আকৌ এবাৰ মোদী চৰকাৰ’ পলাশবাৰীত আঙুৰলতাৰ জোৰদাৰ প্ৰচাৰ

2019-04-21 164 Dailymotion

গুৱাহাটী সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ প্ৰচাৰ চলাই সমষ্টিবাসীৰ সৈতে মত বিনিময় কৰে বিধায়িকাগৰাকীয়ে। গীত নৃত্যৰ মাজে মাজে ৰসিকতাপূৰ্ণ কথাৰে ৰাইজক আমোদ দিয়ে অভিনেত্ৰী তথা বিধায়িকাগৰাকীয়ে।

Buy Now on CodeCanyon