এটিএমটোত এডাল বিষাক্ত সাপ সোমোৱাৰ ফলত গ্ৰাহকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ এজন যুৱকে সাহসেৰে ধৰিলে সাপডালক।