ডিগবৈৰ আৰ ডি জুনিয়ৰ কলেজৰ ভয়ংকৰ ৰেগিং কাণ্ড ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে কলেজ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ঘটনাক এমাহ পুৰণি আখ্যা দি কলেজখনৰ বিজ্ঞান শাখাৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰই এই ভয়ংকৰ কাণ্ড কৰাৰ কথা স্বীকাৰ কৰিলে কলেজখনৰ অধ্যক্ষ ৰাতুল শৰ্মাই। ব্যক্তিগত আৱাসটোৰ বিৰুদ্ধেও ব্যৱস্থা লোৱাৰ ঘোষণা অধ্যক্ষৰ। তেওঁৰ দাবী কলেজ চৌহদত হোৱা নাই যদিও
