দীপৰ বিলৰ ঘন মেটেকাত আবদ্ধ এটা হাতী পোৱালী। পুৱাৰ ভাগত জাকৰ সৈতে আহোতে মেটেকাত আবদ্ধ হৈ পৰে পোৱালী হাতীটো। পিছত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ এস্কেভেটৰেৰে হাতীটো উদ্ধাৰ কৰে।