Surprise Me!

ঘন মেটেকাত আবদ্ধ হাতী পোৱালি

2019-05-10 2 Dailymotion

দীপৰ বিলত ঘন মেটেকাত আবদ্ধ হাতীটোক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত। এস্কেভেটৰ নিও বন বিভাগে উদ্ধাৰ কৰিব পৰা নাই হাতী পোৱালিটো। এবাৰ নাৱত উঠি হাতী পোৱালিটো পুনৰ সোমালগৈ ঘন মেটেকাত। চাওক এই দৃশ্য।

Buy Now on CodeCanyon