শিল দলিয়াই হত্যা কৰিলে লুপ্তপ্ৰায় এটা মাটিয়া ৰঙৰ ভালুকক। মানুহৰ অত্যাচাৰ সহিব নোৱাৰি পানীত পৰে ভালুকটো । পিছত মৃত্যুক সাৱতি লয় ভালুকটোৱে ।