Surprise Me!

নুমলীগড়ত হাতী-মানুহৰ সংঘাত

2019-05-20 7 Dailymotion

ৰাজ্যৰ ঠায়ে ঠায়ে অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নুমলীগড়ত দেখা গ’ল এক শিহৰণকাৰী দৃশ্য। এবাৰ যদি হাতীক খেদিছে আনবাৰ হাতীয়ে খেদিছে মানুহক। হাতীয়ে চোঁচা লোৱা দৃশ্য বন্দী হ’ল কেমেৰাত।

Buy Now on CodeCanyon