Surprise Me!

মৃত্যুৰ পূৰ্বে কি ক’লে শৰ্মিষ্ঠা চেতিয়াই?

2019-05-20 10,919 Dailymotion

ৰিমন গগৈ নামৰ এজন পাষাণ স্বামীয়ে নিজ পত্নীৰ শৰীৰত অগ্নিসংযোগ কৰি হত্যা কৰে। অঞ্চলটোৰ স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি বিভিন্ন অজুহাতত প্ৰায়ে ৰিমণ গগৈয়ে শাৰীৰিক নিৰ্যাতন চলাই আহিছিল নিজ পত্নী শৰ্মিষ্ঠা চেতীয়াক।

Buy Now on CodeCanyon