Surprise Me!

‍বিজয়ৰ পিছত স্মৃতি ইৰাণীয়ে ক’লে– ন প্ৰভাত হৈছে আমেঠিৰ

2019-05-24 545 Dailymotion

স্মৃতি ইৰাণীয়ে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক ৫৫, ১২০টা ভোটত হৰুৱাইছে। স্মৃতি ইৰাণীয়ে ৪,৬৮,৫১৪ আৰু ৰাহুল গান্ধীয়ে লাভ কৰিছে ৪,১৩,৩৯৪টা ভোট।

Buy Now on CodeCanyon