সংকটাপন্ন জীৱন। কিন্তু তাৰ মাজতো সাফল্যই কঢ়িয়াই আনিছে জীৱন জিনাৰ বতৰা। দুৰাৰোগ্য কৰ্কটক প্ৰত্যাহ্বান জনাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিল নীহাৰিকা হাতীবৰুৱা।