Surprise Me!

সুৰাৰ চাহিদা থকা বাবেই যুৱসমাজক মদৰ দোকান খুলিবলৈ অনুমতি দিব নোৱাৰিঃ বাবুল বৰা

2019-05-27 7 Dailymotion

কিন্তু নিবনুৱাৰ আত্মসংস্থাপনত বাধা দিয়া সংঘৰ সদ্যৰ বিৰুদ্ধে সংবাদমাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাক লৈ সৰৱ হৈ পৰিছে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা। চাহিদা থকা বাবেই কোনো লোকক সুৰাৰ ব্যৱসায় কৰিবলৈ পৰামৰ্শ দিব নোৱাৰি। 

Buy Now on CodeCanyon