কৃপানাথ মাল্লাৰ বাহনক কনভয়ৰ গাড়ীয়ে খুন্দিওৱাৰ EXCLUSIVE দৃশ্য
2019-06-11 986 Dailymotion
হাইলাকান্দিত সাংসদ কৃপানাথ মাল্লাৰ ৰোডশ্ব’ৰ মাজতে দুৰ্ঘটনা। ৰোডশ্ব’ চলি থকা অবস্থাত কৃপানাথ মাল্লা থকা জীপ গাড়ীত খুন্দিয়াই কনভয়তে থকা তেওঁৰ নিজা স্কৰপিঅ’ গাড়ীয়ে।