Surprise Me!

Video: গুৱাহাটীলৈ অনা হ’ল নিকুমণি কাকতিৰ নশ্বৰদেহ

2019-06-15 2,958 Dailymotion

ইণ্ডিগৰ কাৰ্গো বিমানেৰে বৰঝাৰলৈ অনা হ’ল মৃতদেহ। ইউক্ৰেইনৰ সাগৰত সলিলসমাধি ঘটিছিল নিকুমণিৰ। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল ২৩ বছৰীয়া নিকুমণি।

Buy Now on CodeCanyon