দিল্লীত নাৰী দেহৰ ৰমৰমীয়া বেহা তেজপুৰৰ যুৱকৰ, বন্দিত্ব জীৱন কটোৱা যুৱতীৰ বিস্ফোৰক
2019-06-15 13 Dailymotion
দিল্লীত ৭ বছৰে বন্দিত্বৰ জীৱন কটোৱা তেজপুৰৰ এগৰাকী যুৱতীয়ে ফাদিল কৰিছে এই বিস্ফোৰক তথ্য। ইতিমধ্যে তেজপুৰ থানাত ভুক্তভোগী যুৱতীয়ে দাখিল কৰিছে এজাহাৰ।