Surprise Me!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰ ONE NATION, ONE ELECTION

2019-06-19 741 Dailymotion

একেলগে অনুষ্ঠিত হ'ব লোকসভা আৰু প্ৰতিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন। এই নতুন ফৰ্মূলা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আজি অনুষ্ঠিত কৰে সৰ্বদলীয় বৈঠক। মোদীৰ নতুন মন্ত্ৰক নস্যাৎ কৰি বৈঠক বৰ্জন কৰে মমতা বেনাৰ্জী, অৰৱিন্দ কেজৰিৱাল আৰু মায়াবতীকে ধৰি বহু নেতাই।

Buy Now on CodeCanyon