Surprise Me!

মুছলমান যুৱকক ‘জয় শ্ৰীৰাম ধ্বনি’ দিবলৈ বাধ্য কৰোৱা উদণ্ড যুৱকৰ VIDEO ভাইৰলে

2019-06-20 3,107 Dailymotion

সত্ৰনগৰী বৰপেটাক কলুষিত কৰিব পৰা এনে ঘটনাৰ সৈতে জড়িত উদণ্ড যুৱককেইজনৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাই বুধবাৰে নিশা আমছুৱে ৰাম সেনা, অসমৰ প্ৰতিষ্ঠাপক নেতা যোগী দেৱজিৎ ডেকাৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ৷

Buy Now on CodeCanyon