Surprise Me!

NRCৰ আতংক! ৪০ হাজাৰ বাংলাদেশীয়ে আশ্ৰয় লৈছে বেংগালুৰুত

2019-07-11 792 Dailymotion

দক্ষিণ বেংগালুৰু সংসদীয় সমষ্টিৰ বিজেপিৰ যুৱ সাংসদ তেজস্বী সূৰ্যই বুধবাৰে বিষয়টো লোকসভাত উত্থাপন কৰে। বাংলাদেশীয়ে ক্ৰমশঃ স্থানীয় লোকক কৰ্মহীন কৰি তোলাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে যুৱ সাংসদজনে।

Buy Now on CodeCanyon