Surprise Me!

#ViralVideo বিদ্যুত চুৰিৰ অভিযোগ দিয়া বাবে ৫০ বছৰীয়া বৃদ্ধক মাৰপিট

2019-07-15 35 Dailymotion

বৃদ্ধগৰাকীক মাৰপিট কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ভুক্তভোগী লোকজনে PSPCL বিষয়াৰ সৈতে বিদ্যুত চুৰি কৰাৰ গোচৰ ৰুজু কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল গাঁৱৰ প্ৰধান আৰু অভিযুক্তই। আৰক্ষীয়ে ৫ অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

Buy Now on CodeCanyon