Surprise Me!

বানৰ আতংক, কাজিৰঙাত উদ্ধাৰ এটা গঁড় পোৱালি

2019-07-16 299 Dailymotion

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া এলেকাত কাজিৰঙাৰ দ্বিতীয় সংযোজনৰ অন্তৰ্গত ৰঙাজান ইটাভাটাৰ শলমৰা অঞ্চলৰ পৰা পোৱালীটো উদ্ধাৰ কৰা হৈছে। সম্প্ৰতি প্ৰায় তিনিমহীয়া পোৱালীটো বন্যপ্ৰাণী উদ্ধাৰ আৰু পুণঃসংস্থাপন কেন্দ্ৰত চিকিৎসাধীন হৈ আছে।

Buy Now on CodeCanyon