Surprise Me!

VIDEO: ৰাজ্যত ভূমিকম্প, নগাঁৱত খহি পৰিল ছাদ

2019-07-19 591 Dailymotion

প্ৰায় ১৫ছেকেণ্ড ধৰি জোকাৰণি অনুভূত হোৱা ভূমিকম্পটোত খহি পৰিল লুটফুৰ ৰহমানৰ ঘৰৰ ছাদ। কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ। ঘৰৰ ছাদ খহি পৰাত ভাঙি চূৰমাৰ হয় ঘৰৰ সকলো আচবাব।

Buy Now on CodeCanyon