অৱশেষত সন্ধান ওলাল লাডেনৰ, বন বিভাগৰ দ্ৰোণ কেমেৰাই ধৰা পেলালে লাডেনক,Video
2019-11-01 3 Dailymotion
প্ৰায় ৭২ ঘণ্টাৰ ধাৰাবাহিক অভিযানৰ অন্তত বন বিভাগে বিছাৰি ওলিয়ালে একেদিনাই পাঁচজনকৈ লোকৰ প্ৰাণ লোৱা লাডেন নামৰ বনৰীয়া হাতীটোৰ অৱস্থিতি। ৰংজুলিৰ চাতাবাৰী বনাঞ্চলত ধৰা পেলালে হাতীটোৰ অৱস্থিতি।