অৱশেষত ছেবাই ঘোষণা কৰিলে মেট্ৰিকৰ বাতিল হোৱা বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ দিন। ৩০ মাৰ্চত অনুষ্ঠিত কৰা হ'ব বিজ্ঞানৰ পৰীক্ষা। এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। <br /><br />The CEBA has finally announced the date of the canceled matriculation science examination. The science examination will be held on March The announcement was made by Education Minister Ranoz Pegu.