Surprise Me!

পূজা মানেই বন্দুক, বন্দুকটো নহ’লে ৯০দশকৰ প্ৰজন্মৰ বাবে দুৰ্গা পূজা আধাৰুৱা হৈ ৰৈছিল

2024-10-21 0 Dailymotion

দুৰ্গাপূজাৰ বন্দুকটো আমাৰ আবেগ। আমি বন্দুক লৈ পূজা চাবলৈ গৈছিলো। গুলী শেষ হ’লে এনেই বন্দুকৰ ট্ৰিগাৰ ডবাই হ’লেও স্ফূৰ্তি কৰিছিলো। আজিৰ প্ৰজন্মৰ বাবে বন্দুক আধুনিক হ’লেও আমাৰ বাবে সেই পুৰণি গুলী ফুটি ধোৱা ওলোৱা বন্দুকটো আবেগ হৈ থাকি যাব সদায়।

Buy Now on CodeCanyon