Anchor:ৰাজ্যবাসীলৈ নৱ বৰ্ষৰ শুভেচ্ছা সাংসদ ৰকিবুল হুছেইনৰ।

বিধায়ক নুৰুল হুদাৰ বাসগৃহত দলীয় কৰ্মীৰ সৈতে মত বিনিময় সাংসদ ৰকিবুল হুছেইনৰ।

ৰূপহীহাট বিধানসভা সমষ্টি আৰু নতুন চামগুৰি সমষ্টিৰ কংগ্ৰেছ কৰ্মী সকলৰ লগত আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদা।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতৰ বাবে সম্পূৰ্ণ সাজু সাংসদ ৰকিবুল হুছেইন।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংসদ ৰকিবুল হুছেইনে।

পঞ্চায়ত নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিজৰ ছিম্বলটো দি ৰাইজৰ ওচৰত জনাবলৈ ভয় খাইছে মন্তব্য ৰকিবুল হুছেইনৰ

হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চায়তৰ গোটেই খিনি প্ৰক্ৰিয়াটো অসাংবিধানিক বুলিও মন্তব্য ৰকিবুল হুছেইনৰ।