Surprise Me!

*ৰূপহী হাটত উদণ্ড যুৱকে নাবালিকাক অশ্লীল ইংগিত আৰু গাত হাত দিয়াক লৈ উতপ্ত পৰিস্থিতি।* *যিটো সময়ত বেটি বাচাও ভেটি পঢ়াও শ্লোগান দি আছে তাৰ পৰিপ্ৰেক্ষিতত ৰূপহী হাটৰ কাছখাইতিত সংঘটিত হৈছে এনে জগণ্য ঘটনা।* *দুদিনমান আগতে ১৫

2025-01-02 1 Dailymotion

*Breaking@Rupahi hat Hunguama*

*ৰূপহী হাটত উদণ্ড যুৱকে নাবালিকাক অশ্লীল ইংগিত আৰু গাত হাত দিয়াক লৈ উতপ্ত পৰিস্থিতি।*

*যিটো সময়ত বেটি বাচাও ভেটি পঢ়াও শ্লোগান দি আছে তাৰ পৰিপ্ৰেক্ষিতত ৰূপহী হাটৰ কাছখাইতিত সংঘটিত হৈছে এনে জগণ্য ঘটনা।*

*দুদিনমান আগতে ১৫ বছৰীয়া নাবালিকা গৰাকী ওচৰতে থকা পেহাৰ ঘৰলৈ আহোঁতে বাট আগুছি ধৰে দুই উদণ্ড যুৱকে।*

*বাটত ছোৱালী জনীক অকলে পাই ভালপোৱাৰ প্ৰস্তাৱ, অশ্লীল ইংগিত আৰু গাত হাত দিয়ে ৰূপহী হাটৰ কাঠপাৰাৰ দুই যুৱকে।*

*কাঠপাৰা গাঁৱৰ আৰিফুল ইছলাম নামৰ যুৱক জনে লগত আন এজন যুৱকক লৈ এনে ঘটনা সংঘটিত কৰিছিল।*

*লগতে বল প্ৰয়োগ কৰি নাবালিকা গৰাকীক বাইকত উঠাই নিয়াৰ চেষ্টা চলাই, ছোৱালী জনীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজৰ লগতে ছোৱালী জনীৰ মাতৃ উপস্থিত হৈ ছোৱালী জনীক উদ্ধাৰ কৰে।*

*অৱশেষত যুৱক দুজনক কাৱৈমাৰী আৰক্ষীৰ হাতত গতাই দিয়ে আৰু উচিত ন্যায়ৰ দাবীত এখনি লিখিত এজাহাৰ দাখিল কৰে।*

*ভুক্তভোগী পৰিয়ালে দোষীৰ উচিত শাস্তি ও ন্যায় প্ৰদানৰ দাবীত সংবাদ মাধ্যমৰ কাষ চাপে।*

Buy Now on CodeCanyon