শেহতীয়াকৈ বাঘ মানুহৰ সংঘাতে লৈছে জটিল ৰূপ । বনাঞ্চল এৰি হঠাৎ ঢেকীয়াপতীয়াৰ লগতে নাহৰফুটুকী বাঘৰ জনাঞ্চলত প্ৰৱেশ ।