Surprise Me!

কেৱল শ্বাহৰুখ-ছলমানৰ চিনেমাই চিনেমা নহয়, এই ভাষ্য গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ পৰিচালকৰ

2025-01-16 0 Dailymotion

অহা ৭ ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰথম গুৱাহাটী এছিয়ান চলচ্চিত্র মহোৎসৱ’ (GAFF) ৷ মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব এই চলচ্চিত্ৰ মহোৎসৱ ৷

Buy Now on CodeCanyon