অসমীয়া সংস্কৃতিত গোবৰৰ গুৰুত্ব আছে যদিও আধুনিকতাৰ পয়োভৰ আৰু প্ৰযুক্তি প্ৰয়োগৰ ফলত অসমীয়া সমাজ জীৱনত গোবৰ আজিকালি এলাগী হৈছে ।