দ্বিতীয় সংখ্যক পবা মহোৎসৱৰ প্ৰস্তুতি তুংগত । অহা ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ উদযাপন কৰিব এই মহোৎসৱ ।