ব’হাগৰ প্ৰথম দিনটোত নেদেখাজনৰ ওচৰত আশীষ ল’বলৈ জাতীয় সাজযোৰ গাত মেৰিয়াই ঢেকীয়াখোৱা বৰনামঘৰলৈ আহিল বহু যুৱক-যুৱতী ৷