চিলি চিলি চিলি নদয়া ঐ চিলি নদয়া...ডাল ভাঙি ফল খাই হলৌ বান্দৰা... ৷ পৰম্পৰাগত হাইদাং হুঁচৰি নামেৰে আজিও স্বকীয়তা জীয়াই ৰাখিছে সোণোৱাল কছাৰী জনগোষ্ঠীয়ে ৷