পিন্ধনত ধুতি-কুৰ্তা, কঁকালত টঙালি: এই সাজেৰেই মঞ্চৰ পৰা ৰাইজক নচুৱালে এগৰাকী শিল্পীয়ে
2025-04-21 3 Dailymotion
'সৃষ্টি- এক সমন্বয় যাত্ৰা'ৰ উদ্যোগত অনুষ্ঠিত ব’হাগী উৎসৱত কণ্ঠশিল্পী নিতুল দাধৰাৰ গীত পৰিৱেশন ৷ মঞ্চত জাতীয় সাজপাৰ পিন্ধি গান গালে নিতুল দাধৰাই ৷