গোৱালপাৰাৰ আগিয়াত মৰ্মিতা মিত্রৰ সংগীতানুষ্ঠানত দৰ্শকৰ অশ্লীল ইংগিত । বিহুতলীৰ পৰা লম্পট চৰিত্ৰৰ দৰ্শকক উলিয়াই দিবলৈ অনুৰোধ মৰ্মিতাৰ বিহু কমিটীক ।