ছট্টৰপুৰৰ ডাঃ মনোজ চৌধুৰীয়ে এতিয়ালৈকে ৩ শতাধিক শিশুৰ ডিঙিত লাগি ধৰা মুদ্ৰা কোনো অস্ত্ৰোপচাৰ অবিহনে বাহিৰলৈ উলিয়াই আনিছে ।