মুক্তি পালে নতুন আধুনিক বিহুসুৰীয়া অসমীয়া গীত ‘কাবাডী কাবাডী’ । গীতটিত কণ্ঠদান কৰিছে মৌচুমী বৰাই । সোমবাৰ গুৱাহাটী প্ৰেছ ক্লাবত মুক্তি দিয়া হয় গীতটি ।