Surprise Me!

বিয়াৰ খাদ্যত বিষক্ৰিয়া, চিকিৎসাধীন অৰ্ধশতাধিক

2025-05-02 1 Dailymotion

বিবাহ অনুষ্ঠানত খাদ্য গ্ৰহণ কৰা পাছতে বিষক্ৰিয়া হৈ অৰ্ধশতাধিক লোক চিকিৎসাধীন । ডিব্ৰুগড়ৰ টেঙাখাতৰ পাৰ্বতীপুৰ চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা ।

Buy Now on CodeCanyon