দুলীয়াজানৰ নগাজান আৰু তামুলীখাট গাঁৱৰ মাজত থকা অইল ইণ্ডিয়াৰ তৈলখাদত অঘটন । অইলৰ পাইপ ফাটি তীব্ৰ গতিত তেল-গেছৰ লগতে বালি নিৰ্গমন । আতংকময় পৰিস্থিতি ।