নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আছু, কৃষক মুক্তিৰ লগতে ৰাজনাথ সিঙেও কৰিছিল প্ৰতিবাদ । পিচত এই আন্দোলন হৈছিল স্তিমিত ।