এপিএইচএলচি দলৰ অভিযোগ খণ্ডন কৰে ৬ বিদ্রোহী সংগঠনৰ ঐক্য মঞ্চই । দলটোৰ ভুৱা অপপ্রচাৰ বুলি আখ্যা সংবাদমেলত ।