নতুন অসমীয়া ছবি ‘ভাইমন দা’ৰ ট্ৰেইলাৰ মুকলি । জুবিন গাৰ্গ আৰু অভিনেতা যতীন বৰাৰ উপস্থিতিত বুধবাৰে মুকলি কৰা হয় ছবিখনৰ ট্ৰেইলাৰ । চালেনে আপোনাসৱে ?