কৰ্ণেল ছ'ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে মধ্য প্ৰদেশৰ মন্ত্ৰী বিজয় শ্বাহে মন্তব্য কৰিছিল । শ্বাহৰ পদত্যাগ দাবী কৰা কংগ্ৰেছক উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে ।