ই টিভি ভাৰতৰ নীতি অনুসৰি কৰ্মৰত অৱস্থাত মৃত্যুক সাৱটি লোৱা মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ পৰিয়াললৈ আৰ্থিক সহায় ।