এইজন কিশোৰৰ নাম জানে এতিয়া সমগ্ৰ দক্ষিণ ভাৰতৰ পাঁচোখন ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰ আৰু বিদ্বৎ মহলৰ লোকে ৷ অসমৰ নাম জিলিকালে সমগ্ৰ দক্ষিণ ভাৰতত ৷