এপদ এপদকৈ চুৰি হৈছে যোৰহাট-মাজুলী সংযোগী দলঙৰ সামগ্ৰী । এইবাৰ খুঁটাৰ পৰা ওলাই থকা লোৰ ৰড কাটি নিলে দুৰ্বৃত্তই ।