ক’লা মাস্ক, ক’লা টুপী আৰু ক’লা টি-চাৰ্ট পিন্ধি সন্ধিয়াৰ আন্ধাৰ ফালি কাৰাগাৰৰ পৰা ওলাই আহিল চুমী ৷ ক’লা স্ক’ৰপিঅ’ত উঠি গুচি গ'ল বাণীপুৰৰ পিতৃগৃহলৈ ৷