গোৱালপাৰাত উচ্ছেদৰ জাননীক লৈ প্ৰতিক্ৰিয়া বিধায়ক এ কে ৰশিদ আলমৰ । একাংশ ৰাজনীতিক ব্যক্তিৰ ঘৃণনীয় ৰাজনীতি কৰাৰ অভিযোগ ।