বান পৰিস্থিতিৰ বুজ ল'বলৈ বৰাকত উপস্থিত গৌৰৱ গগৈ: সোণাইত বানাক্ৰান্তৰ প্ৰতিবাদ
2025-06-04 2 Dailymotion
বানত আক্ৰান্ত হৈ আশ্ৰয় শিবিৰত তিনিদিন ধৰি আশ্ৰয় লৈ আছে হাজাৰ হাজাৰ বানাক্ৰান্তই । এতিয়ালৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো সাহায্য সামগ্ৰী নিদিয়াৰ অভিযোগ ।