ভাইমন দাৰ পোষ্টাৰত নাছিল ফটো, আত্মীয়-বন্ধু বান্ধুৱৰ প্ৰশ্ন- ছবিখনত সঁচাকৈয়ে জুবিন গাৰ্গনে তুমি ?
2025-06-04 39 Dailymotion
"ভাইমন দা" ত জুবিন গাৰ্গৰ চৰিত্ৰৰে সমাদৰ লাভ কৰা ৰীল লাইফৰ জুবিনে কৈ গ’ল কাষ্টিঙৰ সময়ৰ পৰা বহু কথা ৷ ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ-