৮ জুনত ৭টা বর্ষ সম্পূৰ্ণ হ’ব নীল-অভি হত্যাকাণ্ডৰ, কিন্তু আজিও ন্যায়ৰ আসাত পণবন্দী দুটা পৰিয়াল
2025-06-06 11 Dailymotion
পুত্ৰ হত্যাৰ ন্যায় বিচাৰি যেন ভাগৰি পৰিছে দুই দুৰ্ভগীয়া পিতৃ!পুত্ৰৰ ন্যায় বিচাৰি আদালতত তাঁতবাটি কাঢ়ি আক্ষেপ প্ৰকাশ নীল-অভিৰ দুই পিতৃৰ।দোষীৰ মৃত্যুৰ ৰায়ৰ দাবীত অটল পৰিয়াল।